ধনশিৰিত ট্রেক্টৰ বাগৰি পৰি এটি শিশু নিহত...

ধনশিৰিত ট্রেক্টৰ বাগৰি পৰি এটি শিশু নিহত...
  • নুমলীগড়ৰ লেটেকুচাপৰি বৰগৰীয়াত সংঘটিত হৈছে এক অঘটন।

  • ধনশিৰি নৈত ট্রেক্টৰ বাগৰি পৰি নিহত হয় এটি শিশু।

  • নিহত হোৱা শিশুটিৰ নাম দীপক ঘাটোৱাৰ।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ৰুমিতা ঘাটোৱাৰ আৰু সীমান্ত ঘাটোৱাৰ।

  • আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইছত ভৰ্তি কৰোৱা হয়।

  • ইতিমধ্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ধনশিৰিত ট্রেক্টৰ বাগৰি পৰি এটি শিশু নিহত...
ৰঙিয়া মহাবিদ্যালয়ত ভোটাৰ সজাগতা সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in