/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/arrest-1580639544.jpg)
-
নুমলীগড়ৰ ধলাগুৰিৰ মিৰিপথাৰত নৃশংস হত্যাকাণ্ড।
-
নবৌৱেয়ক-বোৱাৰীয়েকৰ বিৰুদ্ধে দেওৰেকক হত্যাৰ অভিযোগ।
-
নবৌৱেক-বোৱাৰীয়েকৰ প্রহাৰত মৃত্যু শেৰচিং পানিকা নামৰ লোকজন।
-
পানিকাই দীৰ্ঘদিন সুৰাপান কৰি অত্যাচাৰ কৰি আহিছিল পৰিয়ালৰ লোকক।
-
নবৌৱেক গীতা পানিকা, বোৱাৰীয়েক স্পনা পানিকাৰ বিৰুদ্ধে অভিযোগ।
-
ঘটনাস্থলীত উপস্থিত হৈ নুমলীগড় আৰক্ষীয়ে আটক কৰে দুয়োকে।