নুমলীগড়ৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্রৱ...

সোণালী ধাননি পথাৰ তহিলং কৰে বনৰীয়া হাতীয়ে
numaligarh
numaligarh
  • ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বন্য হস্তীৰ উপদ্ৰৱ।

  • নষ্ট হৈছে খেতি পথাৰ, ঘৰ-দুৱাৰ।

  • নুমলীগড়ৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্রৱ।

  • কেইবাখনো গাঁৱৰ সোণালী ধাননি পথাৰ তহিলং কৰে হাতীয়ে।

  • নিশাৰ ভাগত হাতীয়ে উপদ্রৱ মৰঙি অঞ্চলৰ কেইবাখনো গাঁও।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in