New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f7fa467c-1d0b-40e3-a2c1-739cbe8efcaf/download.jpg)
numaligarh
-
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বন্য হস্তীৰ উপদ্ৰৱ।
-
নষ্ট হৈছে খেতি পথাৰ, ঘৰ-দুৱাৰ।
-
নুমলীগড়ৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্রৱ।
-
কেইবাখনো গাঁৱৰ সোণালী ধাননি পথাৰ তহিলং কৰে হাতীয়ে।
-
নিশাৰ ভাগত হাতীয়ে উপদ্রৱ মৰঙি অঞ্চলৰ কেইবাখনো গাঁও।