অসম মুখ্য-পৃষ্ঠা সোণাৰিত NSCN(IM) ৰ সদস্য আটক সোণাৰিত NSCN(IM) ৰ সদস্য আটক asomiyapratidin 02 Sep 2022 12:36 IST Follow UsNew Updateসোণাৰিত NSCN (IM)ৰ সদস্য আটক।অসম-নাগালেণ্ড সীমান্তৰ নামতোলাৰ পৰা আটক।আটকাধীন সদস্যজনৰ নাম টাইনাই ৱাংনাও।টাইনাই নগা উগ্রপন্থীৰ যুদ্ধবিৰতি গোটৰ সদস্য। nscn im arrested assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক