New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/rain.jpg)
কাইলৈৰ পৰা হ'ব পাৰে ধাৰাসাৰ বৰষুণ
বতৰ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননী।
অহা ২৪ ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা।
অসম, মেঘালয় আৰু অৰুণাচলৰ বিভিন্ন স্থানত হ’ব পাৰে বৰষুণ।
২ আগষ্টৰ পৰা ৫ আগষ্টলৈ ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা।
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত হ’ব পাৰে ধাৰাসাৰ বৰষুণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us