/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
-
উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালৰ সন্মুখত পথ দুৰ্ঘটনা।
-
টেক্টৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ।
-
দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত এজন।
-
নিহত লোকজন কমলপুৰ কেন্দুকোণাৰ প্রবীন কলিতা.।
-
গুৰুতৰভাৱে আহত মালিগাঁৱৰ চায়ন দে’।
-
চায়ন দে’ক সংকটজনক অৱস্থাত GNRCত ভৰ্তি।