টেক্টৰ আৰু স্কুটীৰ মাজত সংঘৰ্ষ, থিতাতে নিহত এজন...

টেক্টৰ আৰু স্কুটীৰ মাজত সংঘৰ্ষ, থিতাতে নিহত এজন...উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালৰ সন্মুখত পথ দুৰ্ঘটনা।
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.road accident
  • উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালৰ সন্মুখত পথ দুৰ্ঘটনা।

  • টেক্টৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত এজন।

  • নিহত লোকজন কমলপুৰ কেন্দুকোণাৰ প্রবীন কলিতা.।

  • গুৰুতৰভাৱে আহত মালিগাঁৱৰ চায়ন দে’।

  • চায়ন দে’ক সংকটজনক অৱস্থাত GNRCত ভৰ্তি।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in