New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-3.jpg)
- উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড ফেৰীঘাটৰ সন্মুখত পথ দুৰ্ঘটনা।
- তীব্রবেগী ডাম্পাৰ খুন্দাত নিহত ৩টাকৈ পশুধন।
- কথমপি প্রাণৰক্ষা কেইবাজনো ফেৰী যাত্রীৰ।
- লাইচেঞ্চবিহীন ড্রাইভাৰে চলাইছিল ডাম্পাৰখন।
- ডাম্পাৰখনৰ নম্বৰ AS 25 EC 9605।
- দুৰ্ঘটনাটোক কেন্দ্র কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি।
- ডাম্পাৰখনৰ চালক অজয় চাংমাক আটক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us