/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
ডিজিটেল ডেস্ক: উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। মঙলবাৰে পুৱা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃতদেহ ।
কিশোৰী গৰাকীৰ ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত কিশোৰী গৰাকী নগাঁৱৰ সোণাইপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে।
প্রেমিকেই হত্যা কৰাৰ অভিযোগ মৃত কিশোৰী গৰাকীৰ পৰিয়ালৰ । হত্যাকাণ্ড সংঘটিত কৰি খিৰিকীৰে পলায়ন কৰাৰ সন্দেহ হত্যাকাৰী । সোধা-পোছাৰ বাবে কেইবাজনো যুৱকক আটক কৰিছে আৰক্ষীয়ে।
আৰু পঢ়ক: ফিফাই কৰিলে নিলম্বন, ভাৰতে অংশ ল'ব নোৱাৰিব মহিলা বিশ্বকাপত…