New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-3.jpg)
- উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্রকল্পৰ বাহিৰত অঘটন।
 - শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
 - গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন।
 - নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।
 - দুৰ্ঘটনাৰ পিছতে পলায়ন ট্রাকখনৰ চালক-হেণ্ডিমেন।
 - ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us