গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল ঘোষণা...

গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল ঘোষণা...
গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল ঘোষণা...

ডিজিটেল সংবাদ গহপুৰঃ ঘোষাণা কৰা হ'ল গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল। সেই অনুসৰি সভাপতিৰ পদত নিৰ্বাচিত হয় নোমল বাচকোটা। তেওঁ লাভ কৰে ১১৫ টা ভোট।

মুঠ ২৯ টা ভোটাৰ ব্যৱধানত নিৰ্বাচিত হোৱা নোমল বাচকোটাক অভিনন্দন জনাইছে তেওঁৰ শুভাকাংক্ষীসকলে। আনহাতে তেওঁৰ প্ৰতিদ্বন্দি পুষ্প প্ৰধানে লাভ কৰে ৮৬ টা ভোট।পুষ্প প্ৰধান গহপুৰ জিলা গোৰ্খা সন্মিলনৰ দুটাকৈ কাৰ্য্যকালৰ সভাপতি আছিল।এইবাৰো তেওঁ উক্ত পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। আনহাতে সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে জয় দাহাল।

গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল ঘোষণা...
১০০ বিচনাযুক্ত চিকিৎসালয়ৰ সৈতে কেন্দ্ৰীয় যোগ আৰু নেচাৰ'পেথি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in