/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
বৰডুমচাৰ ১নং ডুমডুমা নগাঁৱৰ এজন যুৱক সন্ধানহীন
সন্ধানহীন যুৱকজনৰ নাম বিকাশ গগৈ
২০ মাৰ্চৰ পৰা সন্ধানহীন যুৱকজন
যুৱকজনে আলফা (স্বাঃ)ত যোগদান কৰাৰ সন্দেহ পৰিয়ালৰ
বৰডুমচা থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিকাশৰ পৰিয়ালে
২০২১ৰ নিৰ্বাচনৰ পূৰ্বে দুৰ্বৃত্তই হত্যা কৰিছিল বিকাশৰ পিতৃক
বিকাশৰ পিতৃৰ নাম আছিল দেৱ গগৈ
ৰাজনৈতিক কাৰণত পিতৃক হত্যাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us