New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory-2.jpg)
- কোভিডত মৃত্যু এগৰাকী মহিলাৰ।
- কোভিডত মৃত্যুক সাৱতি লোৱা মহিলাগৰাকীৰ নাম বিনু বৰা।
- বিনু বৰাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত।
- দেওঁবাৰে বিনু বৰাক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
- নগাঁও অসামৰিক চিকিৎসায়ত বিয়লি মৃত্যুক সাৱতি লয় মহিলাগৰাকীয়ে।
- মৃত্যুক সাৱতি লোৱা বিনু বৰাৰ বয়স ৫৫ বছৰ।
- সোমবাৰে নগাঁৱত নতুনকৈ ১৭ জনৰ দেহত কোভিড ধৰা পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us