অসমৰ যুৱকক কাম দিয়াৰ নিৰ্দেশ নীতিন গাডকাৰীৰ, উত্তৰ প্রদেশৰ কোম্পানীটোৰ কামত অসন্তুষ্ট

: বুধবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী।

author-image
Asomiya Pratidin
New Update
অসমৰ যুৱকক কাম দিয়াৰ নিৰ্দেশ নীতিন গাডকাৰীৰ, উত্তৰ প্রদেশৰ কোম্পানীটোৰ কামত অসন্তুষ্ট

ডিজিটেল ডেস্ক: বুধবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী।যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণকাৰী সংস্থাৰ কামৰ লেহেমীয়া গতিৰ বাবে ক্ষোভিত হয় পৰে গাডকাৰী।

Advertisment

নিৰ্মাণকাৰী প্রতিষ্ঠান Up state bridge corporation ltd.ক শীঘ্রে কাম এৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে। কোম্পানীটোক জবাবদেহী কৰে কেন্দ্রীয় মন্ত্র নীতিন গাডকাৰীয়ে।

উত্তৰ প্রদেশৰ কোম্পানীটোৰ কাম-কাজত অসন্তুষ্ট নীতিন গাডকাৰী। লগতে অসমৰ সৰু সৰু নিৰ্মাণ কোম্পানীসমূহক কাম দিয়াৰ বাবে নিৰ্দেশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক।

assam himanta biswa sarma