New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/ulfa-nia.jpg)
- ৰাজ্যৰ ৭খন জিলাৰ ১৬টা স্থানত NIAৰ অভিযান।
 - মূলতঃ আলফাৰ শেহতীয়া কুচকাৱাজক লৈ NIAই চলায় অভিযান।
 - কামৰূপ, নলবাৰী, ডিব্রুগড়, তিনিচুকীয়াত অভিযান আৰম্ভ NIAৰ।
 - লগতে শদিয়া, চৰাইদেউ আৰু শিৱসাগৰতো অভিযান চলায়।
 - ধন দাবী, যোগদান আৰু বে-আইনী কামৰ বাবেই NIAৰ এই অভিযান।
 - অভিযানত জব্দ ডিজিটেল ডিভাইছ, সক্রিয় মাৰণাস্ত্র, আপত্তিজনক নথি-পত্র।
 - লগতে আলফা সম্বন্ধীয় গ্রন্থও জব্দ NIAৰ এই অভিযানত।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us