ৰঙিয়াৰ হাইৱে চ’কৰ দলঙৰ তলত উদ্ধাৰ এটি সদ্যোজাত শিশু...

বৰলীয়া নৈৰ ওপৰত থকা দলঙৰ তলত উদ্ধাৰ কৰা হৈছে শিশুটিক

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ হাইৱে চ’কৰ দলঙৰ তলত উদ্ধাৰ এটি সদ্যোজাত শিশু...

new born baby

ডিজিটেল ডেস্ক : ৰঙিয়াৰ হাইৱে চ’কৰ দলঙৰ তলত উদ্ধাৰ কৰা হৈছে এটি সদ্যোজাত শিশু। ৰাষ্ট্রীয় ঘাইপথৰ বৰলীয়া নৈৰ ওপৰত থকা দলঙৰ তলত উদ্ধাৰ কৰা হৈছে শিশুটিক।

Advertisment

উল্লেখ্য যে কোনো পাষণ্ড লোকে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।প্রাতঃভ্রমণ কৰিবলৈ অহা লোকে প্রত্যক্ষ কৰে সদ্যোজাত শিশুটিক। লগে লগে স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ উপস্থিতিত শিশুটিক উদ্ধাৰ কৰা হয়।

rangiya assam guwahati