আজিৰে পৰা ৰাজ্যত জাৰি হ’ব নতুন এছ অ’ পি..

আজিৰে পৰা ৰাজ্যত জাৰি হ’ব নতুন এছ অ’ পি..

author-image
asomiyapratidin
New Update
বিনামূলীয়া নহয় কোভিড চিকিৎসা, মাস্ক নহ’লে ১০০০ টকাৰ জৰিমনা : চাওক নতুন এছ অ’ পিত আৰু কি কি আছে…

  • আজিৰে পৰা ৰাজ্যত জাৰি হ'ব নতুন এছ অ' পি।
  • গোলাঘাট,যোৰহাট,লক্ষিমপুৰ,বিশ্বনাথ,শোণিতপুৰত সম্পূৰ্ণ লকডাউন।
  • মৰিগাওঁ আৰু গোৱালপাৰা দুপৰীয়া ১২ বজালৈকে খোলা থাকিব।
  • ১ বজাৰ পৰা এই দুখন জিলা কাৰ্ফিউ।
  • ৰাজ্যৰ বাকী জিলাবোৰত সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ সান্ধ্য আইন।
  • বিয়লি ৪বজালৈকে খোলা থাকিব
  • বিশেষ কোনো সালসলনি হোৱা নাই বাকী ২৭খন জিলাত।
  • আন্তজিলা যাতায়ত পুনৰ এসপ্তাহৰ বাবে বন্ধ থাকিব ৰাজ্যত।
  • বিয়া, ধৰ্মীয় অনুষ্ঠানত ১০জনৰো অধিক লোক সমৱেত হব নোৱাৰিব। এইক্ষেত্ৰত কঠোৰ হব চৰকাৰ।
  • ডিব্ৰুগড়, নগাঁৱত চৰকাৰৰ চোকা দৃষ্টি ৰাখিব চৰকাৰে।
  • ঈদত সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।
  • এই নতুন নিয়মসমূহ ২০জুলাই পুৱা ৫বজাৰ পৰা প্ৰযোজ্য হব।