New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/new-sop-3-copy.jpg)
প্ৰতীকি ফটো
- কোভিড সম্পৰ্কে শুকুৰবাৰে প্ৰকাশ পাব নতুন এছ অ' পি।
- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা।
- ৰাইজক স্বাস্থ্যবিধি মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
- যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই, তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ।
- লকডাউনৰ ফালে যাব বিচৰা নাই।
- নতুন এছ অ' পিত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা।
- বজাৰ-সমাৰত ভিৰ কমোৱাৰ বাবে থাকিব বিশেষ নিৰ্দেশনা।
- নৈশ কাৰ্ফিউৰ সময়সীমাও সলনি হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us