স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ নতুন মোৰ

author-image
Asomiya Pratidin
New Update
স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ নতুন মোৰ

  • স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ নতুন মোৰ

Advertisment
  • মৰিগাঁও আৰক্ষীয়ে সোধপোচৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে এজন গাড়ী চালকক

  • মৈৰাবাৰীৰ লেংৰিবৰী গাঁৱত ঘৰ গাড়ী চালক জনৰ

  • গাড়ী চালক জনৰ নাম হবিবুৰ ৰহমান ওৰফে (টিপু)

  • দুদিন পূৰ্বে মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ হোৱা নাচিমা বেগমে যোৱা দেওবাৰে লখিমপুৰত হোৱা পৰীক্ষাত হবিবুৰ ৰহমানৰ গাড়ী ভাড়া কৰি লৈ গৈছিল

  • লক্ষীমপুৰ আৰক্ষীয়ে মৰিগাঁও আৰক্ষীক চালক জনক সোধ পোচৰ বাবে বিচৰাত মৈৰাবাৰী আৰক্ষীয়ে গাড়ী চালক জনক আজি সোধ পোচৰ বাবে লক্ষীমপুৰলৈ প্ৰেৰণ কৰে

health department of assam