/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/caa-1.jpg)
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ পাছত উত্তৰ-পূব ছাত্ৰ সন্থা(নেছ')ৰ আহ্বানত আকৌ উকমুকনি দিছে 'কা' আন্দোলন। ওলাই আহিছে একাংশ জনতা।
ইতিমধ্যে আন্দোলনৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ লতাশিলস্থিত ছহিদ ন্যাসত ভিৰ কৰিছে হাজাৰ হাজাৰ জনতাই।তাৰ সমানে সমানে সষ্টম হৈছে অসম আৰক্ষীৰ বৃহৎ দল।হাতে হাতে প্লে' কাৰ্ড, বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ।
আছুৰ লতাশিলস্থিত ছহিদ ন্যাস পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।কেইবাটাও সংগঠনৰ লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us