/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/neet-jee-main-exam-2020-live-updates-will-the-exams-be-postponed-announcement-391122.jpg)
- জে ই ই মেইনচৰ লগতে ২০২০বৰ্ষৰ NEET পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে।
- কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখিয়ালে কৰিলে এই ঘোষণা।
- সলনি কৰা তাৰিখ অনুসৰি, ২০২০বৰ্ষৰ জে ই উ মেইনচৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১-৬ছেপ্তেম্বৰৰ ভিতৰত।
Keeping in mind the safety of students and to ensure quality education we have decided to postpone #JEE & #NEET examinations. JEE Main examination will be held between 1st-6th Sept, JEE advanced exam will be held on 27th Sept & NEET examination will be held on 13th Sept. pic.twitter.com/klTjtBxvuw
— Dr. Ramesh Pokhriyal Nishank (@DrRPNishank) July 3, 2020
- জে ই ই এডভান্সৰ পৰীক্ষা ২৭ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ লগতে NEETৰ পৰীক্ষা ছেপ্তেম্বৰৰ ১৩তাৰিখে অনুষ্ঠিত কৰা হ'ব।
- উল্লেখ্য যে, এই সকলোখিনি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল জুলাই মাহতে।
- কিন্তু কোৰোনা কেন্দ্ৰিক পৰিস্থিতিক লৈ শিক্ষাৰ্থীৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই।