অসম মুখ্য-পৃষ্ঠা ভয়াৱহ হোৱাৰ দিশে বান পৰিস্থিতি, খুলি দিয়া হ’ব নিপকো, ৰঙানদীৰ বান্ধ ভয়াৱহ হোৱাৰ দিশে বান পৰিস্থিতি, খুলি দিয়া হ’ব নিপকো, ৰঙানদীৰ বান্ধ asomiyapratidin 16 May 2022 17:43 IST Follow UsNew Updateৰাজ্যত বানৰ সংহাৰ।অধিক ভয়ৱহ হোৱাৰ দিশে অসমৰ বান পৰিস্থিতি ।খুলি দিয়া হ'ব নিপকো আৰু ৰঙানদী বান্ধৰ পানী।নৈ পৰীয়া ৰাইজক সতৰ্ক হোৱাৰ আহ্বান প্ৰশাসনৰ।এৰি দিয়া পানীয়ে উত্তৰ অসমত সৃষ্টি কৰিব পাৰে জলপ্ৰলয়ৰ। assam flood assam floodআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক