দুঃখবৰ! খ্যাতনামা চিত্রশিল্পী নীলপৱন বৰুৱা আৰু নাই

ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ।
দুঃখবৰ! খ্যাতনামা চিত্রশিল্পী নীলপৱন বৰুৱা আৰু নাই
  • ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ।

  • খ্যাতনামা চিত্রশিল্পী নীলপৱন বৰুৱাৰ মৃত্যু।

  • ৩ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ।

  • দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।

  • যোৰহাটৰ টীয়কত ১৯৩৬চনৰ ১জুনত জন্মগ্রহণ কৰিছিল নীলপৱন বৰুৱাই।
     

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in