New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4cf2a037-0765-420e-a726-89e4c2e4a6bf/neel.jpg)
ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ।
খ্যাতনামা চিত্রশিল্পী নীলপৱন বৰুৱাৰ মৃত্যু।
৩ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ।
দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।
যোৰহাটৰ টীয়কত ১৯৩৬চনৰ ১জুনত জন্মগ্রহণ কৰিছিল নীলপৱন বৰুৱাই।
0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup