ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ নাজনীনৰ…

ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ নাজনীনৰ…

author-image
asomiyapratidin
New Update
ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ নাজনীনৰ…

ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিলে এগৰাকী অসম কন্যাই। নগাঁৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি। নগাওঁজিলাৰ বৃহত্তৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাওঁবাসী। বহুজনে এই স্বীকৃতিৰ বাবে নাজনীনক অভিনন্দন জ্ঞাপন কৰিছে।