New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f0432bcf-bc4d-45f7-af23-7126346cbf1d/download.jpg)
নাজিৰা কলেজ তিনি আলিৰ সমীপত ভয়ংকৰ ঘটনা।
ৰে’লৰ খুন্দাত দ্বি-খণ্ডিত হ’ল যুৱকৰ শৰীৰ।
যুৱকজনক নাজিৰাৰ বৰতলৰ নছিম আলী বুলি চিনাক্ত।
ৰে’ল পথতেই চিঙি পৰি আছে যুৱকজনৰ দুয়োটা ভৰি।
শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ।
নাজিৰাৰ বৰতলত ভাৰাতীয়া হিচাপে আছিল নছিম আলী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us