ৰে’লৰ খুন্দাত দ্বি-খণ্ডিত হ’ল যুৱকৰ শৰীৰ

নাজিৰা কলেজ তিনি আলিৰ সমীপত ভয়ংকৰ ঘটনা।
ৰে’লৰ খুন্দাত দ্বি-খণ্ডিত হ’ল যুৱকৰ শৰীৰ
  • নাজিৰা কলেজ তিনি আলিৰ সমীপত ভয়ংকৰ ঘটনা।

  • ৰে’লৰ খুন্দাত দ্বি-খণ্ডিত হ’ল যুৱকৰ শৰীৰ।

  • যুৱকজনক নাজিৰাৰ বৰতলৰ নছিম আলী বুলি চিনাক্ত।

  • ৰে’ল পথতেই চিঙি পৰি আছে যুৱকজনৰ দুয়োটা ভৰি।

  • শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ।

  • নাজিৰাৰ বৰতলত ভাৰাতীয়া হিচাপে আছিল নছিম আলী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in