New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/indian_railway_660_050418065654.jpg)
প্ৰতীকি ফটো
নাজিৰাৰ ৰে’ল লাইনৰ দিখৌ দলঙত অঘটন।
উজনিমুৱা মালবাহী ৰে’লে মহটিয়ালে এগৰাকী মহিলাক।
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
দলঙখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছিল মহিলাগৰাকীয়ে।
বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই মহিলাগৰাকীৰ মৃতদেহ।
ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষীৰ লোক।