/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
নাজিৰাৰ গেলেকীৰ দুলাকাষৰীয়াত অঘটন
-
আৰক্ষী জোৱানৰ ছাৰ্ভিচ পিষ্টলেৰে শূন্যলৈ গুলীচালনা
-
আৰক্ষী জোৱান জিণ্টু বৰুৱাৰ বাসগৃহতে সংঘটিত এই ঘটনা
-
অৱশ্যে গুলীচালনাৰ ফলত হতাহত হোৱা নাই কোনো লোক
-
ইতিমধ্যে আৰক্ষীয়ে পিষ্টলসহ আটক কৰিছে জোৱানজনক
-
পূৰ্বে মহকুমা বিষয়া শুভলক্ষ্মী দত্তৰ দেহৰক্ষী আছিল জিণ্টু বৰুৱা।
Also Read: ICC বিশ্বকাপ ২০২৩ঃ নিউজিলেণ্ডৰ হাতত পৰাস্ত নেডাৰলেণ্ড বাহিনী