হাজোত ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস পালন

হাজোত ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস পালন

author-image
Asomiya Pratidin
New Update
হাজোত ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস পালন

ডিজিটেল সংবাদ,হাজোঃ আজি ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস। ১৯৫৭ চনৰ পৰাই ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস পালন কৰি অহা হৈছে। বুধবাৰে হাজোৰ দিহিনা গাঁৱটো মৎস্য কৃষক দিৱস উদযাপন কৰা হয়।উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে মীন বিভাগৰ কেইবাজনো মৎস্য বিজ্ঞানীয়ে।

Advertisment

কম খৰছত কৃষক সকলে কেনেদৰে লাভম্বিত হ'ব পাৰে সভাত তাৰ ওপৰত আলোকপাত কৰে।গ্ৰাম্য অৰ্থনীতিত মাছ পালনৰ যোগাত্মক দিশৰ ওপৰত বিষাদভাবে আলোচনা কৰা হয়।এই সময় ছোৱাত বিজ্ঞানীৰ দলটোৱে কেইবাটাও পুখুৰী আৰু মৎস্য পোনা উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে।

Also Read: দীৰ্ঘায়ু হওঁক !

Haju National fish farmers day