ঘোষণা হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : আইমী বৰুৱা আৰু পাৰ্থ সাৰথি মহন্তৰ তথ্যচিত্ৰলৈ বিচাৰকৰ বিশেষ বঁটা

ঘোষণা হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : আইমী বৰুৱা আৰু পাৰ্থ সাৰথি মহন্তৰ তথ্যচিত্ৰলৈ বিচাৰকৰ বিশেষ বঁটা

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : আইমী বৰুৱা আৰু পাৰ্থ সাৰথি মহন্তৰ তথ্যচিত্ৰলৈ বিচাৰকৰ বিশেষ বঁটা

ডিজিটেল ডেস্ক : শুকুৰবাৰে ঘোষণা হ'ল ২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। দেশৰ চলচ্চিত্ৰ জগতৰ অন্যতম বিখ্যাত মঞ্চখনত উজলি উঠিছে অসমৰ আইমী বৰুৱা আৰু পাৰ্থ সাৰথি মহন্তৰ তথ্যচিত্ৰ। স্বাভাৱিকতে এই খবৰে আনন্দিত কৰিছে অসমবাসীক।

Advertisment

নন ফিচাৰ ফিল্ম শাখাত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত 'বিৰুবালা 'উইটচ টু পদ্মশ্ৰী’(অসমীয়া)য়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। আনহাতে, পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয় ৷

উল্লেখযোগ্য যে পি আই ইণ্টাৰটেইডমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা 'হাড়গিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (অসমীয়া)’ই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।

Also Read: শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুজন দালালক আটক

Aimee Barua partha sarathi mahanta national film award