/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/844e59e7-2f41-4188-8366-44ddec4be9f7/312.jpg)
ডিজিটেল সংবাদ,মেৰাপানী : মেৰাপানী সীমান্তৰ চাংখাতিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইনসহ তিনি সৰবৰাহকাৰীক আটক। গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফে যুটীয়া অভিযান চলাই জব্দ কৰে হেৰ'ইনখিনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4b44e279-a839-4146-9c40-6dfeebd7d8bd/0c9852e0-05e7-473c-81b1-4ea3a3adb60d.jpg)
লগতে আটক কৰা সৰবৰাহকেইগৰাকী হৈছে- মেৰাপানীৰ আইনুল হক, তফিক আলী আৰু আবু বক্কৰ। সৰবৰাহকাৰী দলটোৱে ডিমাপুৰৰ দিশৰ পৰা AS05Q9697 নম্বৰৰ এখন বলেৰ' বাহনৰ পৰা ৪০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত ভৰাই অনা হেৰ'ইনখিনি জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/16c369a0-679c-4568-9b74-82e7084eb76a/4ed1d88f-ca3f-4a56-a33e-9f56bafba2a5.jpg)
সম্প্ৰতি আটকাধীন আটাইকেগৰাকীকে মেৰাপানী আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6353e666-1049-4d13-b1e2-56dc91c941f8/65213c64-c623-40bf-8673-9169b73d4090.jpg)
Also Read: ঘূৰ্ণী বতাহ ‘ৰীমাল’ৰ প্ৰভাৱ : আজি আৰু কাইলৈ হ’ব ধুমুহা-বৰষুণ !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us