নাৰায়ণপুৰত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল বাইক আৰোহীৰ

লখিমপুৰৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

  • লখিমপুৰৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনা।

  • দেওবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

  • অচিনাক্ত বাহনৰ খুন্দাত নিহত এগৰাকী বাইক আৰোহী।

  • নিহত লোকজনৰ নাম ফটিক শইকীয়া

  • ভেলাইমাৰীত ঘৰ নিহত লোকজনৰ।

  • ফটিক শইকীয়া এগৰাকী বিশিষ্ট জ্যোতিষী আছিল।

assam dead road accident