নাৰায়ণপুৰত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল বাইক আৰোহীৰ

লখিমপুৰৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনা।
road accident
road accidentroad accident
  • লখিমপুৰৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনা।

  • দেওবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

  • অচিনাক্ত বাহনৰ খুন্দাত নিহত এগৰাকী বাইক আৰোহী।

  • নিহত লোকজনৰ নাম ফটিক শইকীয়া

  • ভেলাইমাৰীত ঘৰ নিহত লোকজনৰ।

  • ফটিক শইকীয়া এগৰাকী বিশিষ্ট জ্যোতিষী আছিল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in