নাৰায়ণপুৰত দ' খাৱৈত সোমাল মাৰুতি চুইফট, নিহত এজন...

নাৰায়ণপুৰত দ' খাৱৈত সোমাল মাৰুতি চুইফট, নিহত এজন...
  • নাৰায়ণপুৰৰ মদাৰগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷

  • নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাৱৈত সোমাল মাৰুতি চুইফট ৷

  • বিহপুৰীয়াৰ ৬ নং ৱাৰ্ডৰ দেৱাশিস দে’ নিহত ৷

  • AS07 F 2067 নম্বৰৰ চুইফটখনেৰে গহপুৰৰ সোলেঙিৰ পৰা এজন সতীৰ্থৰ সৈতে ঘৰ অভিমুখী আছিল দেৱাশিস দে’ ৷

  • দুৱাৰ খুলি প্ৰাণৰক্ষা সতীৰ্থজনৰ ৷

  • স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in