/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/96f43f46-6c48-4f09-b6c7-39cabbb1ffa2/b05d8642_e6de_4ac7_91a5_23517c58b3ac.jpg)
নাৰায়ণপুৰৰ মদাৰগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷
নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাৱৈত সোমাল মাৰুতি চুইফট ৷
বিহপুৰীয়াৰ ৬ নং ৱাৰ্ডৰ দেৱাশিস দে’ নিহত ৷
AS07 F 2067 নম্বৰৰ চুইফটখনেৰে গহপুৰৰ সোলেঙিৰ পৰা এজন সতীৰ্থৰ সৈতে ঘৰ অভিমুখী আছিল দেৱাশিস দে’ ৷
দুৱাৰ খুলি প্ৰাণৰক্ষা সতীৰ্থজনৰ ৷
স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷