New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/kam-bri.jpg)
- ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কামাখ্যা প্ৰসাদ তাছা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।
- প্ৰথমখন আসনৰ বাবে কামাখ্যা প্ৰসাদ তাছাই দাখিল কৰিলে মনোনয়ন।
- দ্বিতীয়খন আসনৰ বাবে মনোনয়ন দাখিল কৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।
- বিধানসভাত দুয়োগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ।
- বিনা প্ৰতিদ্বন্দ্বিতাৰে দুয়োগৰাকীয়ে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা।
- মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ৩১ মে'।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us