নলবাৰীৰ বৰকুৰাত শোকাৱহ পথ দুৰ্ঘটনা

ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ
road accident
road accidentroad accident
  • নলবাৰীৰ বৰকুৰাত শোকাৱহ পথ দুৰ্ঘটনা

  • ৩১ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই ঘটনা

  • তীব্রবেগী ডাম্পাৰে মহটিয়ালে ৰখাই থোৱা এখন বাছত

  • থিতাতে নিহত বাছখনৰ কণ্ডাক্টৰ আৰু হেণ্ডিমেন

  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনে

  • নিহত দুজন কৈলাশ কলিতা আৰু বশিষ্ঠ মজুমদাৰ

  • ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in