
নলবাৰী গণেশ মন্দিৰ পথত ভয়ংকৰ দুৰ্ঘটনা।
তীব্রবেগী ট্রাকে মহটিয়াই নিয়ে এজন লোকক।
দুৰ্ঘটনাত নিহত এজন আৰক্ষী কনিষ্টবল।
নিহত ঘগ্রাপাৰ আৰক্ষী থানাৰ কনিষ্টবল খাইৰুল আলী (২২)।
নিহত খাইৰুল আলীৰ ঘৰ নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত।
নিজ কৰ্তব্য শেষ কৰি স্বগৃহলৈ ঘূৰি অহাৰ সময়তে সংঘটিত হয় এই ঘটনা।