/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cb2163bc-cbf9-4653-b801-6d6277cec09f/theater_23.jpg)
পূজাৰ আনন্দৰ মাজতে ভ্ৰাম্যমাণ থিয়েটাৰৰ বেনাৰ ফলাক লৈ প্ৰতিক্ৰিয়া...
ডিজিটেল সংবাদ নলবাৰীঃ শাৰদীয় উৎসৱৰ বতৰতে নলবাৰীত নিশা কোনো দুৰ্বৃত্তই ভ্ৰাম্যমাণ থিয়েটাৰৰ বেনাৰ ফলাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ২০৪-২৫ বৰ্ষত আত্মপ্ৰকাশ কৰিবলগীয়া ৰাজলক্ষ্মী থিয়েটাৰে প্ৰচাৰৰ উদ্দেশ্য বিভিন্ন স্থানত হৰ্ডিং, বেনাৰ আদি লগাইছে।
ইতিমধ্যে নাট্যদলটিয়ে আত্মপ্ৰকাশৰ বছৰটোত কি কি নাটক ল'ব আৰু কোন কোন অভিনেতা, অভিনেত্ৰীয়ে ইয়াত অভিনয় কৰিব সেই সকলোবোৰ ঠিক কৰিছে। কিন্তু তাৰ মাজতে নলবাৰীৰ বিহামপুৰত থিয়েটাৰগোষ্ঠীটোৰ বেনাৰ ফলাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, ভ্ৰাম্যমাণ থিয়েটাৰ জগতত নৱতম সংযোজন এই ৰাজলক্ষ্মী থিয়েটাৰে পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিব।
Also Read: 'পৰলোক'ৰ পৰাই আক্ষেপেৰে তেওঁ কৈছে- বহুদিন বকুলৰ গোন্ধ নোপোৱাৰ কথা... !