/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d955cc5e-90c9-4b20-901c-8d360118ac5a/NALBARI_29.jpg)
-
নলবাৰীৰ ঘগ্রাপাৰ থানা কাণ্ডৰ নতুন মোৰ
-
শ্লীলতাহানি কৰা কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকক গ্রেপ্তাৰ
-
যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ
-
মফিকুল আলী নামৰ যুৱকজনক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ
-
যুৱকজনক নাবালক বুলি গোচৰ ৰুজু নকৰাকৈ যাবলৈ দিছিল ঘৰলৈ
-
ধাৰাবাহিক বাতৰিৰ পিছত ২০ দিনৰ অন্তত ৰুজু হ’ল গোচৰ
-
মঙলবাৰে নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি হাজিৰ কৰিছিল আদালতত।
Also Read: টেঙাখাতত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান