মুকালমুৱাত ভয়ংকৰ অগ্নিকাণ্ড

মুকালমুৱাত ভয়ংকৰ অগ্নিকাণ্ড
  • মুকালমুৱাৰ ৩নং বৰতলা চৰত অগ্নিকাণ্ড।

  • বাদশ্বাহ আৰু উচমান আলীৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত।

  • জুইত জাহ গ’ল প্রায় ১০০ কুইণ্টল ওজনৰ মৰাপাট।

  • অগ্নিকাণ্ডত প্রায় ৫ লাখ টকা মূল্যৰ সা-সামগ্রী ভস্মীভূত।

  • স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপণ।

  • অগ্নিকাণ্ড সূত্রপাতৰ কাৰণ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in