/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
-
নলবাৰীৰ গোপাল বজাৰত যুৱকৰ ৰহস্যজনক মৃত্যু।
-
মৃত যুৱকজনৰ নাম সমীৰণ দাস।
-
দেওবাৰে নিজ বাসগৃহত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
-
যুৱকজনৰ ডিঙিত আঘাতৰ চিন স্পষ্ট।
-
কোনো লোকে হত্যা কৰাৰ সন্দেহ যুৱকজনক।
-
উল্লেখ্য যে ড্রাগছ আসক্ত যুৱক আছিল মৃত সমীৰণ দাস।
-
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।