কামপুৰ আৰু কচুৱাত বিজেপি কৰ্মীৰ বিজয় উৎসৱ উদযাপন

কামপুৰ আৰু কচুৱাত বিজেপি কৰ্মীৰ বিজয় উৎসৱ উদযাপন

author-image
Asomiya Pratidin
New Update
কামপুৰ আৰু কচুৱাত বিজেপি কৰ্মীৰ বিজয় উৎসৱ উদযাপন

ডিজিটেল সংবাদ, কামপুৰঃ দেওবাৰে ঘোষণা কৰা ৪ ৰাজ্যৰ ফলাফলত ৩ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত কৰাত উৎফল্লিত হৈ পৰিছে ৰাজ্যিক বিজেপি।ৰাজ্যৰ বিভিন্ন প্ৰান্তুৰ সমান্তুৰালকে হোজাই সমষ্টিৰ ৰজাগাঁও আৰু বঢ়মপুৰ সমষ্টিৰ কামপুৰত বিজয় উৎসৱ উদযাপন কৰে বিজেপি কৰ্মকতাসকলে।

এই বিজয় উৎসৱত কামপুৰত উপস্থিত হয় কলিয়াবৰ সাংগঠনিক জিলাৰ সভাপতি বাবুল বৰা। সেইদৰে ৰজাগাঁৱত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰজাগাঁও মণ্ডলৰ সভাপতি শিবাংকৰ ভৌমিক।

Also Read: বিৰোধী ঐক্যই ৰণশিঙা নহয় ভঙা শিঙাহে বজালে: বিধায়ক চক্ৰধৰ গগৈ

BJP ASSAM