/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/02ad6225-7eea-496d-b7d7-5e868b808ef0/agranii.jpg)
nalbari thief
ডিজিটেল ডেস্ক : নলবাৰীত পুনৰ চিলনী চোৰৰ সন্ত্রাস। চিলনী চোৰক খেদি খেদি আটক কৰিলে ৰাইজে। ধৃত চোৰটো নলবাৰী কৰ্দৈটোলাৰ ৰছিদুল চৌধুৰী।
উল্লেখ্য যে চহৰৰ মাজমজিয়াত দিন দুপৰতে এজন লোকৰ পৰা থপিয়াই নিছিল টকাৰ বেগ। ৪০ হাজাৰ টকা লৈ উধাও হৈছিল চিলনী চোৰটো। কিন্তু ৰাইজে খেদি খেদি ধৰিবলৈ সক্ষম হয় চোৰটেক।
ৰাইজে চোৰটোক আটক কৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ সংখ্যা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us