New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-3.jpg)
- নলবাৰীৰ বৰভাগৰ দোকোহাত অঘটন।
- দুই সন্তানক বিহ পান কৰোৱাই আত্মহত্যা এজন লোকৰ।
- আত্মহত্যা কৰে দ্বিপুল শইকীয়া নামৰ এজন লোকে।
- বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
- পত্নী পৰপুৰুষৰ লগত পলাই যোৱাৰ বাবেই এই সিদ্ধান্ত দ্বিপুলৰ।
- গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে দুই সন্তান।
- সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us