/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1701f8db-e66f-46f5-bfd9-3c120ff46926/download.jpg)
নলবাৰীৰ কাজিপাৰাত নৱম শ্রেণীৰ ছাত্রৰ আত্মহনন।
কাজিপাৰাত ভাৰাতীয়া হিচাপে আছিল তাপাবড়ীৰ পৰিয়ালটো।
ঘৰত কোনো নথকাৰ সময়তে ডিঙিত চিপ লৈ আত্মহত্যা ছাত্রজনৰ।
মেধাৱী ছাত্রজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্রেৰণ।
আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব আত্মহত্যাৰ প্ৰকৃত কাৰণ।