New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত পথ দুৰ্ঘটনা।
বৃহস্পতিবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
বৃদ্ধাৰ দেহৰৰ ওপৰেৰে পাৰ হৈ গ’ল বাছৰ চকা।
বৃদ্ধাগৰাকী বাছৰ পৰা নামিবলৈ লওতেই সংঘটিত এই দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত বৃদ্ধাগৰাকী।
বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত বৃদ্ধাগৰাকীৰ পৰিচয়।