নাহৰকটীয়াত চাঞ্চল্য! এজনৰ দাৰ ঘাপত আহত ৩ জনকৈ লোক

নাহৰকটীয়াৰ চাচনি টিংৰাই কৈৱৰ্ত গাঁৱত চাঞ্চল্যকৰ ঘটনা।
নাহৰকটীয়াত চাঞ্চল্য! এজনৰ দাৰ ঘাপত আহত ৩ জনকৈ লোক
  • নাহৰকটীয়াৰ চাচনি টিংৰাই কৈৱৰ্ত গাঁৱত চাঞ্চল্যকৰ ঘটনা।

  • এজন লোকৰ দাৰ ঘাপত গুৰুতৰভাৱে ৩জনকৈ লোক।

  • সুন্দৰ দাস নামৰ লোকজনে আক্রমণ কৰি লুটি নিয়ে নগদ ৩০ হাজাৰ টকা।

  • লগতে লৈ যায় সোণৰ আ-অলংকাৰ।

  • গুৰুতৰভাৱে আহত কিৰণ দাস, বহাগী দাস, ভৱানন্দ দাস, ৰিতুমণি দাস।

  • বৰ্তমান পলাতক অভিযুক্ত সুন্দৰ দাস নামৰ লোকজন।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in