New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/22dce543-97ad-4bd1-b144-39c5aba25356/download.jpg)
নাহৰকটীয়াৰ চাচনি টিংৰাই কৈৱৰ্ত গাঁৱত চাঞ্চল্যকৰ ঘটনা।
এজন লোকৰ দাৰ ঘাপত গুৰুতৰভাৱে ৩জনকৈ লোক।
সুন্দৰ দাস নামৰ লোকজনে আক্রমণ কৰি লুটি নিয়ে নগদ ৩০ হাজাৰ টকা।
লগতে লৈ যায় সোণৰ আ-অলংকাৰ।
গুৰুতৰভাৱে আহত কিৰণ দাস, বহাগী দাস, ভৱানন্দ দাস, ৰিতুমণি দাস।
বৰ্তমান পলাতক অভিযুক্ত সুন্দৰ দাস নামৰ লোকজন।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us