অসম নিৰ্বাচন-২০১৯ নগাঁৱত কোনে মাৰিব শেষ হাঁহি, আগবাঢ়ি আছে… নগাঁৱত কোনে মাৰিব শেষ হাঁহি, আগবাঢ়ি আছে… asomiyapratidin 23 May 2019 23:43 IST Follow UsNew Updateনগাঁৱত ১৮৬২৪ টা ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰদ্যুত বৰদলৈয়ে। প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ৭৩৯০১২ টা ভোট। আনহাতে ৰূপক শৰ্মাই লাভ কৰিছে ৭২০৩৫৮ টা ভোট। কিছুসময় পাছতে ঘোষণা হ'ব চূড়ান্ত ফলাফল।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক