Advertisment

নগাঁৱত অগ্নিকাণ্ড...

মঙলবাৰে নিশা প্ৰায় আঠমান বজাত নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ডিমৰুগুৰিৰ ৰঞ্জিত শইকীয়াৰ ঘৰত এই ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত অগ্নিকাণ্ড

নগাঁৱত অগ্নিকাণ্ড Photograph: (নগাঁৱত অগ্নিকাণ্ড)

  • মঙলবাৰে নিশা প্ৰায় আঠমান বজাত নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
  • গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
  • ডিমৰুগুৰিৰ ৰঞ্জিত শইকীয়াৰ ঘৰত এই ঘটনা সংঘটিত হয়।
  • এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
নগাঁও