New Update
/asomiyapratidin/media/media_files/2025/07/21/breaking-news-2025-07-21-20-10-48.jpg)
- নগাঁৱৰ কঠীয়াতলীৰ বুকলুংত চাঞ্চল্যকৰ ঘটনা।
- পথাৰত উদ্ধাৰ হৈছে লোকৰ মৃতদেহ।
- মৃত লোক জনৰ নাম আইজুল হক (৫৪)।
- মঙল বাৰৰ পৰা সন্ধানহীন হৈ আছিল আইজুল।
- আজি পুৱা পৰিয়ালৰ লোকে ঘৰৰ পৰা কিছুদুৰৰ পথাৰত উদ্ধাৰ কৰে মৃতদেহটো।
- ফাইজুল ইছলাম নামৰ এজন লোকে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ।
- দুয়োটাপৰিয়ালৰ মাজত সংঘটিত হৈ অহা ভূমি কেন্দ্ৰীক বিবাদৰ পৰিণতিত এই হত্যাকাণ্ড হোৱাৰ সন্দেহ পৰিয়ালৰ।
- মৃতদেহটোৰ পিঠি আৰু মুখত আঘাতৰ চিন স্পষ্ট।
- ইতিমধ্যে ফাইজুল ইছলামক আটক কৰিছে আৰক্ষীয়ে
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us