New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কলিয়াবৰৰ ১নং বৰঘুলিত চাঞ্চল্যকৰ ঘটনা
ৰহস্যজনক অৱস্থাত পুখুৰীত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ
মহিলাগৰাকীৰ নাম ৰাছিদা বেগম
বৰ্তমানেও সন্ধানহীন মহিলাগৰাকীৰ ৭ বছৰীয়া পুত্র সন্তানটি
মাতৃৰ সৈতে পুত্রও পানীত পৰাৰ সন্দেহ ৰাইজৰ
শিশুটিৰ সন্ধানত SDRFৰ অভিযান আৰম্ভ।
Also Read: বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক গ্রেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us