বটদ্ৰৱাত বন্যহস্তীৰ মুক্ত বিচৰণ

কোবাইকটা, ধনীয়াভেটি, লালুং গাওঁ, ভোমোৰাগুৰি, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সমীপৰ পথাৰত বন্যহস্তীটোৱে মুক্ত বিচৰণ। হাতীৰ মুক্ত বিচৰণকলৈ আতংকিত ৰাইজ।

author-image
Asomiya Pratidin
New Update
1
  • বটদ্ৰৱাত বনৰীয়া হাতীৰ তাণ্ডৱ।
  • খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে এটা প্ৰকাণ্ড বন্যহস্তী।
  • নষ্ট কৰিছে শালি ধানৰ খেতি।
  • কোবাইকটা, ধনীয়াভেটি, লালুং গাওঁ, ভোমোৰাগুৰি, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সমীপৰ পথাৰত বন্যহস্তীটোৱে মুক্ত বিচৰণ।
  • হাতীৰ মুক্ত বিচৰণকলৈ আতংকিত ৰাইজ।
  • ঘটনাস্থলীত উপস্থিত বিভাগীয় বিষয়া কৰ্মচাৰী।
বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তী