কন্দলীত বন্যহস্তীৰ উপদ্ৰৱত শংকিত সাধাৰণ জনতা...

কন্দলীত বন্যহস্তীৰ উপদ্ৰৱত শংকিত সাধাৰণ জনতা...
Published on
Updated on
  • নগাঁৱৰ কন্দলীৰ কাফিতলী বামুণ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ।

  • এটা বন্যহ‌স্তীয়ে পকী ঘৰৰ দেৱাল ভাঙি ভঁড়ালৰ ধান খায় চলালে উপদ্ৰৱ।

  • বামুণ গাঁৱৰ লখিন্দ ওৰাং নামৰ লোকজনৰ বাসগৃহ ভাঙি উপদ্ৰৱ চলাই বন্যহস্তীটোৱে।

  • বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰটোৰ।

  • নিশা হ'লেই খাদ্যৰ সন্ধানত এতিয়া বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্যহস্তীৰ জাক।

  • আনহাতে কঠিয়াতলীৰ গৰুবন্ধাটো বন্যহস্তীৰ উপদ্ৰৱত স্থানীয়া ৰাইজৰ নিদ্ৰা হৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in